এটি গান যেতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হয়______
♥️এইখনেই অসম ♥️
👉পৃথিৱীত আজি এক বিৰল দৃষ্টান্ত দেখুৱালে অসমে ।
👉 এজন শিল্পীক যোগ্য সন্মান ,মৰম ,শ্ৰদ্ধা জনায় অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে।
আকাশ বতাহত গুঞ্জৰিত হৈ গল মায়াবিনি_ৰাতিৰ_বুকুত ____________
এটি প্ৰাৰ্থনা "জুবিন অমৰ হওক" ।